ক’ভিড আপডেট

নিউজ ডেস্ক, এন ই ভাৰত-


ৰাজ্যত হ্ৰাস পাইছে কোভিড সংক্ৰমণ। বিগত ২৪ ঘন্টাত কৰ’নাত আক্ৰান্ত হৈছে ৯৭৫ গৰাকী। কৰ’নাত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ১৪ গৰাকী লোকৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ১২১ গৰাকী লোক। ৰাজ্যত কোভিড পজিটিভিটীৰ হাৰ ০.৮৫ শতাংশ।

দেশত হ্ৰাস পাইছে কোভিডৰ সংহাৰ। বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা হৈছে ৩৯,৬৯৬ গৰাকী লোক। মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৬১৬ গৰাকী।।

You might also like
Leave A Reply

Your email address will not be published.