ক’ভিড আপডেট

নিউজ ডেস্ক-

ৰাজ্যত হ্ৰাস পাইছে ক’ভিডৰ সংহাৰ। বিগত ২৪ ঘণ্টাত ৰাজ্যত ক’ৰণাত আক্ৰান্ত হৈছে ৭১৩ গৰাকী। মৃত্যু ১০ আক্ৰান্তৰ। মু্ঠ আক্ৰান্তৰ ১৩৬ গৰাকী কামৰূপ মহানগৰ জিলাৰ। বিগত ২৪ ঘণ্টাত আক্ৰান্তৰ হাৰ ০.৭৪% ।
আনহাতে বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্ত হৈছে ৩৬,৫৭১ গৰাকী আৰু মৃত্যু ৫৪৩ গৰাকীৰ।।

You might also like
Leave A Reply

Your email address will not be published.