কাইলৈৰ পৰা কি কি নতুন নিয়ম?

ৰাজ্য চৰকাৰৰ নতুন SOP জাৰি
????৩খন জিলাত শিথিল কাৰ্ফিউ
????বিশ্বনাথ, শোনিতপুৰ,যোৰহাট কাৰ্ফিউ শিথিল
????বিয়লি ২ বজালৈ খোলা থাকিব সকলো
????গুৱাহাটীত পূৰ্বৰ নিৰ্দেশনাই বাহাল থাকিব
????লখিমপুৰ, গোলাঘাটত সম্পূৰ্ণ কাৰ্ফিউ
????লখিমপুৰ, গোলাঘাটৰ বাদে বাকী জিলাসমূহত বাহাল থাকিব পূৰ্বৰ নিৰ্দেশনাৱলী
????বন্ধ থাকিব আন্তঃজিলা যাতায়ত
????পৰবৰ্তী SOP প্ৰকাশ নোপোৱালৈ বাহাল থাকিব এই নিৰ্দেশনা
????গুৱাহাটী মহানগৰীকে ধৰি ২৫ জিলাত সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন
????মৰিগাঁও, গোৱালপাৰা, যোৰহাট, বিশ্বনাথ, শোনিতপুৰত ২ বজাৰ পৰা সান্ধ্য আইন
????পূৰ্বৰ দৰেই বন্ধ থাকিব ধৰ্মীয় অনুষ্ঠান, সাপ্তাহিক বজাৰ।।

You might also like
Leave A Reply

Your email address will not be published.