কাছাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

কাছাৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত দুজন। জানিব পৰা মতে, কাছাৰৰ দলোত ডাম্পাৰ আৰু অটোৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাৰ ফলত অটোৰ আৰোহী গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয়। আঘাটপ্ৰাপ্তক ততাতৈয়াকৈ শিলচৰ মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰা হয়। ইফালে ঘটনাৰ পাছতে উত্তেজিত ৰাইজে পথ অৱৰোধ কৰি পৰিস্থিতি উত্তপ্ত কৰি টোলে।।

You might also like
Leave A Reply

Your email address will not be published.