কাবুলৰ ৰক্তাক্ত কাণ্ডৰ পোতক তুলিব আমেৰিকাই

আমেৰিকা যুক্তৰাষ্ট্ৰই শনিবাৰে কাবুলত আমেৰিকাৰ বিৰুদ্ধে আক্ৰমণৰ পৰিকল্পনাত জড়িত বুলি বিশ্বাস কৰা ইছলামিক ষ্টেটৰ এজন সদস্যৰ বিৰুদ্ধে ড্ৰোন আক্ৰমণ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে কয় যে কাবুলৰ পূবৰ নানগাহাৰ প্ৰদেশত এই ড্ৰোন আক্ৰমণ সংঘটিত হৈছিল য’ত এজন ব্যক্তি নিহত হৈছিল।

বৃহস্পতিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে কাবুল বিমান বন্দৰৰ আক্ৰমণৰ বাবে দায়ী সকলক হত্যা কৰাৰ প্ৰতিশ্ৰুতি দি কয় যে তেওঁ পেন্টাগনক অপৰাধীসকলৰ ওপৰত আক্ৰমণ কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছিল।।

You might also like
Leave A Reply

Your email address will not be published.