কামলৈ বুলি গৈ নিৰুদ্দেশ হুগ্ৰাজুলীৰ ৰামু

শিৱসাগৰ জিলাৰ অৰুণাচল সীমান্তৰ নগাহাটত যোৱা ১১ ছেপ্টেম্বৰত চাৰিজন লোকৰ সৈতে কৰ্মসুত্ৰে ওলাই যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে শোণিতপুৰ জিলাৰ হুগ্ৰাজুলি ভাগলপুৰ গাঁৱৰ এজন লোক।জানিব পৰা মতে ৩৬ বছৰীয়া ৰামু বাৰলা নামৰ লোকজনে কামলৈ বুলি ওলাই যোৱাৰ পিছদিনাই চাৰি সতীৰ্থক এৰি পলায়ন কৰে।এই সন্দৰ্ভত বিমলাপুৰ,চৰাইদেউ থানাত এজাহাৰ দিয়া হৈছিল যদিও এই পৰ্যন্ত নিৰুদ্দিষ্ট ৰামু বাৰলাৰ শুংসুত্ৰ উলিয়াব পৰা নাই।

You might also like
Leave A Reply

Your email address will not be published.