কামাখ্যা শইকীয়ালৈ BCCIৰ পৰ্যবেক্ষকৰ দায়িত্ব

ৰাজ্যৰ ক্ৰীড়া প্ৰেমী সকলৰ বাবে সুখবৰ! আজিৰে পৰা অনুষ্ঠিত হ’ব লগীয়া ভাৰত-নিউজিলেণ্ডৰ তিনিখনীয়া টি-২০ শৃংখলাৰ দ্বিতীয়খন খেলৰ বাবে BCCIৰ পৰ্যবেক্ষকৰ দায়িত্ব লাভ কৰিছে অসম ক্ৰিকেট সন্থাৰ যুটীয়া সম্পাদক কামাখ্যা শইকীয়াই। নিউজিলেণ্ডৰ বিৰুদ্ধে ১৯ নৱেম্বৰত ৰাঁচীত অনুষ্ঠিত হ’ব ভাৰতৰ দ্বিতীয়খন টি-২০ মেচ।উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ২০১৯ চনৰ Emerging Team Asia Cupঅতো BCCIএ পৰ্যবেক্ষকৰ দায়িত্ব দিছিল অসমৰ কামাখ্যা শইকীয়াক।।

You might also like
Leave A Reply

Your email address will not be published.