কাশ্মীৰত দুই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক হত্যা

কাশ্মীৰত সুৰক্ষা বাহিনীৰ হাতত নিহত দুই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী। দুটা পৃথক অভিযানত নিহত হ’ল দুই সন্ত্ৰাসবাদী।

আৰক্ষীৰ সুত্ৰ মতে, বান্দিপোৰাৰ এনকাউণ্টাৰত নিহত সন্ত্ৰাসবাদীটো ইমতিয়াজ আহমেদ দাৰ বুলি চিনাক্ত কৰা হৈছে। ইমতিয়াজ আহমেদ দাৰ সন্ত্ৰাসবাদী সংগঠন লস্কৰ ই তৈবা (টিআৰএফ)ৰ সৈতে জড়িত থকা বুলি আৰক্ষীৰ সুত্ৰত প্ৰকাশ ।

ইয়াৰ আগতে,জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ ভেৰিনাগতৰ অভিযানত নিৰাপত্তাৰক্ষীয়ে নিধন কৰে আন এটা সন্ত্ৰাসবাদীক।।

You might also like
Leave A Reply

Your email address will not be published.