কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ

জম্মু আৰু কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ। চি আৰ পি এফ জোৱানৰ ওপৰত গ্ৰেনেডেৰে আক্ৰমণ সন্ত্ৰাসবাদীৰ। পুলৱামাৰ ভাৰতীয় ষ্টেট বেংকত কৰ্তব্যৰত চি আৰ পি এফ জোৱানৰ ওপৰত কৰে এই গ্ৰেনেড আক্ৰমণ। আক্ৰমণত গুৰুতৰভাৱে আহত দুজন জোৱান। ইতিমধ্যে সন্ত্ৰাসবাদীৰ আৰক্ষীয়ে আৰম্ভ কৰিছে ব্যাপক অভিযান।।

You might also like
Leave A Reply

Your email address will not be published.