কাশ্মীৰত ২ শিক্ষকক গুলীয়াই হত্যা

কাশ্মীৰত অচিনাক্ত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ। কাশ্মীৰত আজি সংঘটিত হোৱা আক্ৰমণত অচিনাক্ত সন্ত্ৰাসবাদীয়ে দুজন শিক্ষকক গুলীয়াই হত্যা কৰে। আক্ৰমণত মৃত্যু হোৱা এজন বিদ্যালয়ৰ অধ্যক্ষ।দুয়োজন শিক্ষক সন্ত্ৰাসবাদী আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱাত তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও পাছত মৃত্যুবৰণ কৰে।

জম্মু-কাশ্মীৰ আৰক্ষীয়ে জনোৱা মতে মৃত শিক্ষক দুজন শ্ৰীনগৰৰ ইদগাহ সংগম অঞ্চলত অৱস্থিত চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সুখবিন্দৰ কৌৰ আৰু দীপক।।

You might also like
Leave A Reply

Your email address will not be published.