কাৰাৰুদ্ধ ৰাজকন্যাক আকৌ গ্ৰেপ্তাৰ কিয়?

দুৰ্যোগে লগ এৰা নাই উদণ্ড মডেল ৰাজকন্যা বৰুৱাক। কাৰাৰুদ্ধ ৰাজকন্যাক পুনৰ গ্ৰেপ্তাৰ পুৰনি গোচৰত। ২০১৭ চনতো ৰাজকন্যাই সংঘটিত কৰা অনুৰূপ এক দুৰ্ঘটনাত ডিঙিৰ হাড় ভাঙিছিল এগৰাকী প্ৰাক্তন বিধায়ীকাৰ পুত্ৰৰ। সেই গোচৰ সন্দৰ্ভত আজি CJM আদালতত হাজিৰ কৰোৱাৰ পাছতে আকৌ গ্ৰেপ্তাৰ উদণ্ড ৰাজকন্যাক। দিশপুৰ আৰক্ষীয়ে পুনৰ জিম্মাত লব ৰাজকন্যাক। ১ অক্টোবৰৰ নৈশ পাৰ্টি সন্দৰ্ভত ৭ দিনৰ ভিতৰত তাজ ভিভান্টাৰ পৰা সুদুত্তৰ নাপালে প্ৰশাসনে লব ব্যবস্থা।।

You might also like
Leave A Reply

Your email address will not be published.