কাৰ্বি পাহাৰত উদ্ধাৰ পুৰুষ-মহিলাৰ মৃতদেহ

কাৰ্বি আংলঙৰ বৰপথাৰত চাঞ্চল্যকৰ ঘটনা। নামবৰনদী চাহ বাগিচাত উদ্ধাৰ দুটাকৈ অচিনাক্ত মৃতদেহ। মৃতদেহ দুটা এটা মহিলাৰ আৰু আনটো পুৰুষৰ। মৃতদেহৰ কাষত পোৱা গৈছে কীট নাশক দৰৱৰ বটল। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

You might also like
Leave A Reply

Your email address will not be published.