কুকুৰমাৰাত জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা

ছয়গাঁৱত অবৈধ বিলাতী সুৰাৰ বিৰুদ্ধে অভিযান। কুকুৰমাৰাত আৰক্ষীৰ অভিযান। আৰক্ষীৰ অভিযানত এখন DI বাহনৰ পৰা জব্দ ২০ কাৰ্টন অবৈধ বিলাতী সুৰা। আৰক্ষীয়ে বাহনসহ আটক কৰিছে বাহনৰ চালক চাদ্দাম হুছেইনক।।

You might also like
Leave A Reply

Your email address will not be published.