কোকৰাঝাৰত আৰক্ষীৰ গুলীত নিহত ৩ ডকাইত

কোকৰাঝাৰত ভোটগাঁও এলাহাবাদ বেংকৰ সমীপত আৰক্ষী-ডকাইতৰ মাজত সংঘৰ্ষ। প্ৰচণ্ড গুলীয়াগুলীত নিহত ৩ টা ডকাইত। পলায়ন কৰিবলৈ সক্ষম হয় আন ৩ ডকাইত। সমগ্ৰ অঞ্চলজুৰি ডকাইতৰ দলৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত।।

You might also like
Leave A Reply

Your email address will not be published.