কোৱাৰ্টাৰ ফাইনেলত বক্সাৰ সতীশ কুমাৰ

স্পৰ্টছ ডেস্ক-

টকিঅ’ অলিম্পিকত ভাৰতীয় বক্সাৰ সতিশ কুমাৰৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। ৯১ কেজি চুপাৰ হেভীৱেট শাখাত ভাৰতীয় বক্সাৰজনে জামাইকাৰ ৰিকাৰ্ড’ ব্ৰাউনক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান সুনিশ্চিত কৰে। সতিশ কুমাৰে তেওৰ প্ৰতিদণ্ডী ৰিকাৰ্ড’ ব্ৰাউনক ৪-১ ব্যৱধানত পৰাভূত কৰে।।

You might also like
Leave A Reply

Your email address will not be published.