গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল

নেচনেল ডেস্ক-

ভূপেন্দ্ৰ পেটেল গুজৰাটৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী নিযুক্ত। ভাৰতীয় জনতা পাৰ্টীয়ে আজি জ্যেষ্ঠ বিজেপি নেতাজনক গুজৰাটৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ৰূপে বাছনি কৰে।এই কথা সদৰি কৰিলে কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে।
ভূপেন্দ্ৰ পেটেল ঘাটলোদিয়া বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক।
উল্লেখ্য যে বিজয় ৰূপানীয়ে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাত আজি ভূপেন্দ্ৰ পেটেলক গুজৰাটৰ মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ দিয়া হয়।।

You might also like
Leave A Reply

Your email address will not be published.