গুৱাহাটীত আৰক্ষীৰ জালত ২ আৰক্ষী!

মহানগৰীত আৰক্ষীৰ জালত আৰক্ষী।ড্ৰাগছ সৰবৰাহকাৰীক সংগ দি মহানগৰ আৰক্ষীৰ জালত পৰিল গড়চুক আৰক্ষী থানাৰ ২ গৃহৰক্ষী জোৱান হেমন্ত বৰ্মন আৰু বাবুল দাস।মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত আজি গুৱাহাটীৰ ISBTত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ আৰক্ষীয়ে আটক কৰে ৩ সৰবৰাহকাৰীক। ড্ৰাগছ সৰবৰাহকাৰী কেইটাক এই দুস্কাৰ্যত সংগ দিয়াৰ অভিযোগত আৰক্ষীয়ে আটক কৰে গৃহৰক্ষীৰ ২ জোৱানক।।

You might also like
Leave A Reply

Your email address will not be published.