গুৱাহাটীত ছয়গাঁৱৰ যুৱকক হত্যা!

মহানগৰীত পুনৰ হত্যাকাণ্ড! বামুনিমৈদামত উদ্ধাৰ যুৱকৰ ক্ষত-বিক্ষত মৃতদেহ। যুৱকজনৰ চকু উলিয়াই নিয়ে দুৰ্বৃত্তই। চানমাৰি থানাত পৰিয়ালৰ লোক উপস্থিত হৈ চিনাক্ত কৰিলে মৃত যুৱকজনক।উদ্ধাৰ হোৱা মৃতদেহটো ছয়গাঁৱৰ কুকুৰমাৰাৰ ২৫ বছৰীয়া যুৱক লাচিত বৰ্মনৰ।কোনে কি কাৰণত যুৱকজনক হত্যা কৰিলে, দুৰ্বৃত্তৰ সন্ধানত আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান।।

You might also like
Leave A Reply

Your email address will not be published.