গুৱাহাটীৰ বৰ্ষাপাৰাত কোনে কাক গুলীয়ালে?

মহানগৰী বৰ্ষাপাৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা।এজন অচিনাক্ত লোকে গুলীয়াই আন এজন লোকক।এখন ডাষ্টাৰত অহা লোকে সংঘটিত কৰে গুলীচালনা।
মূৰত গুলী লগা লিটন মজুমদাৰ নামৰ লোকজনক ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে হায়াট হাস্পতালত।ঘটনা সংঘটিত কৰি বাহন এৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ডাষ্টাৰখনৰ গৰাকী।গুলীচালনাৰ কাৰণ এতিয়াও ৰহস্যৰ আৱৰ্তত।ঘটনাক কেন্দ্ৰ কৰি বৰ্ষাপাৰাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ।।

You might also like
Leave A Reply

Your email address will not be published.