গুৱাহাটীৰ মাজমজিয়াত নৃশংস হত্যাকাণ্ড

ব্যুৰ’ ৰিপৰ্ট, এন ই ভাৰত

মহানগৰীৰ উজান বজাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড। পটাগুটি,প্ৰেচাৰ কুকাৰেৰে মৰিয়াই হত্যা এগৰাকী ১৩ বছৰীয়া কিশোৰীক। ডিম্পল কুমাৱত নামৰ কিশোৰীগৰাকীয়ে ঘৰত অকলে অনলাইন ক্লাছ কৰি থকা অৱস্থাত হত্যা কৰিলে অচিনাক্ত দুৰ্বৃত্তই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।।

You might also like
Leave A Reply

Your email address will not be published.