গুৱাহাটীৰ মালিগাঁৱত ভূমিস্খলন

গুৱাহাটীৰ মালিগাঁৱৰ আদিংগিৰি পাহাৰত ভূমিস্খলন। পাহাৰৰ মাটি খহি মালিগাঁৱৰ মিকিৰঘুলি মিঠা আমতল অঞ্চলত আবদ্ধ হৈ পৰিল পথ।প্ৰায় ১২ টা পৰিয়ালৰ কথমপি প্ৰাণ ৰক্ষা।আৰক্ষী,অগ্নিনিৰ্বাপক বাহিনী,বন বিভাগৰ তৎপৰতাত মুকলি কৰা হয় ভূমিস্খলনত আবদ্ধ পথটো।

You might also like
Leave A Reply

Your email address will not be published.