গুৱাহাটী সংযোগী আন্তঃজিলা যাতায়াত নিষিদ্ধ

১৮ আগষ্টৰ পৰা ৰাজ্যত প্ৰযোজ্য হ’ব নতুন SOP

????এতিয়াৰে পৰা সন্ধিয়া ৬ বজালৈ সকলো খোলাৰ অনুমতি
????সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৫ বজালৈ বলৱৎ হ’ব কাৰ্ফিউ
????ব্যক্তিগত যান-বাহনৰ ক্ষেত্ৰত আন্তঃজিলা যাতায়াত মুকলি হ’ব
????ক’ভিড পৰিস্থিতি শাম নকটা কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰত নিষিদ্ধ আন্তঃজিলা যাতায়াত
????MBBS চূড়ান্ত বৰ্ষ, BSC নাৰ্চিং,ইঞ্জিনিয়াৰিঙৰ চূড়ান্ত বৰ্ষ,GNMৰ তৃতীয় বৰ্ষৰ পাঠদান কৰিব পাৰিব যদিও এইক্ষেত্ৰত শিক্ষক-শিক্ষয়ত্ৰী,ছাত্ৰ-ছাত্ৰীৰ ক’ভিডৰ দুয়োপালি ভেকচিন লোৱাটো বাধ্যতামূলক
????বিৱাহ,ঘৰুৱা মাংগলিক কাৰ্য,অন্তেষ্টিক্ৰিয়া আদিত সৰ্বাধিক ২৫ গৰাকী ব্যক্তি উপস্থিত থাকিব পাৰিব
????কামাখ্যা মন্দিৰত প্ৰতি ঘন্টাত ২০ গৰাকীকৈ লোকৰ দৰ্শনত অনুমতি
????দুয়োপালি ক’ভিড ভেকচিন লোৱা লোককহে কামাখ্যাত প্ৰৱেশৰ অনুমতি
????অন্যান্য ধৰ্মীয় অনুষ্ঠানত সৰ্বাধিক ১০ গৰাকী ব্যক্তিৰ প্ৰবেশত অনুমতি।।

You might also like
Leave A Reply

Your email address will not be published.