গৰুখুঁটিৰ ৰক্তাক্ত কাণ্ডৰ আঁৰত জড়িত PFI। সাংবাদিকক জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদ বন্ধ কৰাৰ বাবে স্থানীয় লোকৰ পৰা ২৮ লাখ টকা সৰকাই স্থানীয় লোকৰ পৰা বাচিবলৈ বেদখলকাৰীক উচতাইছিল PFI ৰ লগতে মহাবিদ্যালয়ৰ এজন অধ্যাপকে। কা আন্দোলনৰ সময়ৰে পৰা সন্দেহজনক স্থিতি লোৱা PFI ক নিষিদ্ধকৰণৰ বাবে কেন্দ্ৰক আৰ্জি ৰাজ্য চৰকাৰৰ।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.