ঘৰৰ ওপৰতে পৰিল যাত্ৰীবাহী বিমান

আমেৰিকাৰ কেলিফৰ্নিয়াত বিধ্বস্ত যাত্ৰীবাহী বিমান। ছান ডিয়াগ’ উপকন্ঠ অঞ্চলৰ দুটা বাসগৃহৰ ওপৰত ধ্বংস হয় বিমানখন। লগে লগে অঞ্চলটোৰ কেইবাটাও আবাসগৃহ আৱৰি ধৰে জুইৰ শিখাই। নিৰাপত্তা বাহিনী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয় যদিও এই ঘটনাত দুজন লোকৰ মৃত্যু হয়। এই ঘটনাই সমগ্ৰ অঞ্চলতে আতংকময় পৰিবেশৰ সৃষ্টি কৰে।।

You might also like
Leave A Reply

Your email address will not be published.