‘চুপাৰ ডেন্সাৰ’ৰ চুড়ান্ত বিজয়ী অসমৰ ফ্লৰিনা

ৰাষ্ট্ৰীয় স্তৰত আকৌ জিলিকিল অসম কণ্যা।ছনী টিভিৰ ‘চুপাৰ ডেন্সাৰ চেপ্টাৰ ৪’ ত চুড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিলে অসমৰ যোৰহাটৰ কনমানি ফ্লৰিনা গগৈয়ে।শিশু সকলৰ নৃত্যৰ এই ৰাষ্ট্ৰীয় ৰিয়েলিটী শ্ব’ৰ ফাইনেলত অসমৰ ফ্লৰিনাই কৰ্ণাটকৰ পৃথ্বীৰাজক অতিক্ৰমি বিচাৰকৰ লগতে দেশ-বিদেশৰ অজস্ৰ দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হয়।বিজয়ী সুত্ৰে ফ্লৰিনাই ট্ৰফীসহ লাভ কৰে ১৫ লাখ টকাৰ নগদ পুৰস্কাৰ।।

You might also like
Leave A Reply

Your email address will not be published.