ছাৰ্ভেৰ হত্যাকাণ্ডৰ ৩ অভিযুক্তক আটক

বেলতলা ছাৰ্ভেৰ বৃদ্ধ দম্পতীক হত্যাৰ অভিযোগত ৩ জনক আটক। কেয়াৰটেকাৰ আকাশ চৌধুৰীৰ পাছত পাথৰকূৱৰীৰ পৰা আটক সত্যেন্দ্ৰ সিং আৰু পৰেশ চৌধুৰীক। ক্ৰাইম ব্ৰাঞ্চ আৰু মহানগৰ আৰক্ষীয়ে চলাইছে চন্দন নগৰৰ ননী গোপাল বৰুৱা আৰু তেওঁৰ পত্নী মীনা বৰুৱাৰ লোমহৰ্ষক হত্যাকাণ্ডৰ তদন্ত।।

You might also like
Leave A Reply

Your email address will not be published.