জঘন্য!

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

সোনাৰীৰ সাপেখাটি চিকিৎসালয়ত ভয়ংকৰ কাণ্ড। ক’ভিড মুক্ত মাতৃ-কণ্যাক ধৰ্ষণৰ চেষ্টা লম্পটৰ। ২৭ মে’ত সংঘটিত হৈছিল এই জঘন্য ঘটনা। ধৰ্ষণ কাৰীৰ কবলৰ পৰা কণ্যাই কথমপি আত্মৰক্ষা কৰিবলৈ সক্ষম হয় যদিও মাতৃক ধৰ্ষণ কৰাৰ অভিযোগ। সাপেখাটি চিকিৎসালয় কতৃপক্ষক এই ঘটনাৰ বাবে জগৰীয়া কৰিছে স্থানীয় বিধায়কে। আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.