জুইত জ্বলিল বেংক

তিনিচুকীয়াত ভয়ংকৰ অগ্নিকাণ্ড। আজি পুৱতি নিশা সংঘটিত হয় এই অগ্নিকাণ্ড। তিনিচুকীয়া চহৰৰ এচ আৰ লোহিয়া ৰোডস্থিত চেট্ৰেল বেঙ্ক অৱ ইণ্ডিয়াৰ ব্ৰাঞ্চত সংঘটিত হয় এই অগ্নিকাণ্ড। বেংকটোৰ লকাৰত ১০ কোটি টকা আছিল যদিও সৌভাগ্যক্ৰমে ৰক্ষা পৰে লকাৰটো।অগ্নিকাণ্ডৰ ফলত বেংকটোৰ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ জুইত জাহ যায়।অবশ্যে অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। ।

You might also like
Leave A Reply

Your email address will not be published.