টকিঅ’ত ইতিহাস ভাৰতৰ মহিলা হকী দলৰ

ইতিহাস ৰচি ভাৰতৰ মহিলা হকী দলে প্ৰথমবাৰলৈ অলিম্পিকৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ১-০ গ’লৰ ব্যৱধানত অলিম্পিকত তিনিবাৰৰ চেম্পিয়ন শক্তিশালী অষ্ট্ৰেলীয়াক ভাৰতীয় দলে পৰাস্ত কৰে। ভাৰতৰ হৈ গুৰজিতে পেনাল্টিৰ সহায়ত একমাত্ৰ গ’লটো দিবলৈ সক্ষম হয়। ছেমি ফাইনেলত আৰ্জেণ্টিনাৰ মুখামুখি ভাৰতৰ মহিলা হকী দলটো।

You might also like
Leave A Reply

Your email address will not be published.