টকিঅ’ত থমকিল মেৰীকম

স্পৰ্টছ ডেস্ক-

টকিঅ’ অলিম্পিকৰ পৰা বিদায় এম চি মেৰীকমৰ। প্ৰতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত দেশৰ গৌৰৱ উত্তৰ-পূৱৰ লৌহকণ্যা মেৰীকমৰ। বিচাৰকৰ নিৰিক্ষণত ৩-২ৰ ব্যৱধানত কলম্বিয়াৰ ইনগ্ৰীট ভালেন্সিয়াৰ হাতত পৰাস্ত হয় মেৰীকম।অৱশ্যে পৰাস্ত হৈও দুৰ্দান্ত প্ৰত্যাহ্বানেৰে দৰ্শকৰ মন জিনিবলৈ সক্ষম হয় মণিপুৰৰ কিম্বদন্তি বক্সাৰ গৰাকী।।

You might also like
Leave A Reply

Your email address will not be published.