টাঞ্জানীয়াৰ উপন্যাসিকলৈ সাহিত্যৰ নোবেল

২০২১ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা ঘোষণা।টাঞ্জানীয়াৰ উপন্যাসিকলৈ এই সন্মান। এইবেলিৰ সাহিত্যৰ নোবেল বঁটাৰে বিভূষিত হ’ল টাঞ্জানীয়াৰ উপন্যাসিক আব্দুলৰাজাক গুৰ্নাহা।।

You might also like
Leave A Reply

Your email address will not be published.