টি২০ শৃংখলাত টীম ইণ্ডিয়াৰ অগ্ৰগতি

স্পৰ্টছ ডেস্ক-

শ্ৰীলংকাৰ বিৰুদ্ধে টি২০ শৃংখলাৰ প্ৰথমখন খেলত ৩৮ ৰানত বিজয় সাব্যস্ত কৰিলে টীম ইণ্ডিয়াই। টছত জিকি ঘৰুৱা দলটোৱে প্ৰথমে বেটিঙৰ বাবে আমন্ত্ৰণ জনোৱা টীম ইণ্ডিয়াই নিৰ্ধাৰিত অ’ভাৰত ১৬৪ ৰান কৰিবলৈ সক্ষম হয়।প্ৰত্যুত্তৰত ভাৰতীয় দলৰ বলিং বিক্ৰমৰ সমুখত ১২৬ ৰানতে থমকিব লগা হ’ল ঘৰুৱা দল শ্ৰীলংকা।এই বিজয়েৰে তিনিখনীয়া টি২০ শৃংখলাত ভাৰতে ১-০ৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ’ল।।

You might also like
Leave A Reply

Your email address will not be published.