টি-২০ত আজি ভাৰতৰ সমুখত পাকিস্তান

ইউ.এ.ই. আৰু ওমানৰ মৰুভূমিৰ সমতলত আজি অনুস্থিত হ’ব টি-২০ বিশ্বকাপত চিৰ বৈৰী ভাৰত আৰু পাকিস্তানৰ মাজত প্ৰথম খন খেল। প্ৰায় তিনি বছৰৰ অন্তত মুখামুখী হোৱা দুই চিৰ বৈৰীৰ মাজৰ খেল খন অনুস্থিত হ’ব ডুবাই আন্ত: ৰাষ্ট্ৰীয় খেল পথাৰত। আজি ডুবাইত অনুষ্ঠিত টি-২০ বিশ্বকাপত ভাৰত আৰু পাকিস্তানে ৭ম বাৰৰ বাবে মুখামুখি হ’ব। এই খেলখনক লৈ দুয়োখন দেশৰ দৰ্শকৰ মাজত সৃষ্টি হৈছে যথেষ্ট উৎসাহ। পাকিস্তানে আজিলৈকে ভাৰতৰ পৰা টি-২০ বিশ্বকাপ জিকিব পৰা নাই। খেলখন সন্ধিয়া ৭:৩০ বজাত অনুস্থিত হ’ব।।

You might also like
Leave A Reply

Your email address will not be published.