টোলগেটত নতুন নিয়ম

নিউজ ডেস্ক, এন ই ভাৰত

টোলগেট সন্দৰ্ভত নতুন নিৰ্দেশনা জাৰি কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে।এতিয়াৰে পৰা ১০ ছেকেণ্ডৰ ভিতৰত যিকোনো গাড়ীয়ে পাৰ হ’ব লাগিব টোলগেট। অত্যাধিক ভিৰৰ মাজতো এই নিয়ম মানি চলিব লাগিব। ১০০ মিটাৰতকৈ অধিক হ’ব নোৱাৰিব বাহনৰ শাৰী।১০০ মিটাৰৰ দুৰত্বত থাকিব হালধীয়া ৰঙৰ এটা চিন।এই ব্যৱধান অতিক্ৰম হ’লেই কৰ অবিহনে গাড়ী পাৰ হোৱাৰ অনুমতি NHAIৰ।।

You might also like
Leave A Reply

Your email address will not be published.