ডিগবৈত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

ব্যুৰ’ ৰিপৰ্ট, এন ই ভাৰত

ডিগবৈত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া প্ৰাৰ্থ প্ৰতীম দাস আৰু ডিগবৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক কুমাৰ দত্তৰ নেতৃত্বত অভিযান।ডিগবৈৰ গোলাই আৰু বৰবিল অঞ্চলত অভিযান চলাই ৫৬.৪৫ গ্ৰাম হেৰ’ইন সহ তিনি সৰবৰাহকাৰীক আটক।

আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী দেৱজিৎ চাংমাই , বিমান তালুকদাৰ আৰু দেৱজিৎ ৰাভা।।

You might also like
Leave A Reply

Your email address will not be published.