ড্ৰাগছৰ গোচৰত আটক ‘কিং খান’ৰ পুত্ৰক

ড্ৰাগছ ৰেইড গোচৰত নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)য়ে চুপাৰ ষ্টাৰ শাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক শনিবাৰে নিশা গ্ৰেপ্তাৰ কৰিছে। মুম্বাই উপকূলৰ ওচৰত এখন ক্ৰুজ জাহাজত এটা ৰেভ পাৰ্টিত অভিযান চলোৱা হৈছিল য’ত এন চি বি ৰ এটা দলে আৰিয়ান খানক আন ১০ জন ব্যক্তিৰ সৈতে আটক কৰে।

কৰ্ডেলিয়া ক্ৰুজ লাইনাৰৰ জাহাজত অভিযানৰ সময়ত কোকেইন, হাচিছ আৰু এমডিএমএ ৰ দৰে অবৈধ ড্ৰাগছ জব্দ কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.