ঢেকিয়াজুলি প্ৰেছ ক্লাৱৰ নতুন সমিতিৰ দায়িত্ব গ্ৰহণ

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

ঢেকিয়াজুলি প্ৰেছ ক্লাৱৰ নতুন সমিতিৰ কাৰ্যভাৰ গ্ৰহণ।

গোলোক বৰাক সভাপতি আৰু কল্পজ্যোতি নাথক সম্পাদকৰ দায়িত্ব।

বিদায়ী সভাপতি ভগৱান বৈশ্য আৰু সম্পাদক বিমল নাথে অৰ্পণ কৰিলে দায়িত্ব।

দুবছৰীয়া কাৰ্যকালৰ সমিতি খন ক’ভিড পৰিস্থিতিৰ বাবে প্ৰায় তিনি বছৰ ধৰি চলি আছিল।

আজি ক’ভিড প্ৰট’কল মানি অনুষ্ঠিত এক অনুষ্ঠানত ঢেকিয়াজুলি প্ৰেছ ক্লাৱৰ নতুন সমিতিখনে দায়িত্বভাৰ গ্ৰহণ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.