দিল্লীত কাৰ্বি পাহাৰৰ ঐতিহাসিক শান্তি চুক্তি

কাৰ্বি পাহাৰৰ শান্তি প্ৰক্ৰিয়াত আশাৰ পৰিৱেশ

কাৰ্বি শান্তি চুক্তিৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ত কাৰ্বি নেতৃত্ব

নৰ্থ ব্লকত থকা কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ কাৰ্যালয়ত শান্তি চুক্তি

উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

উপস্থিত কাৰ্বি স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্য্যবাহী তুলিৰাম ৰংহাং

কাৰ্বি পাহাৰৰ ৬ বিদ্ৰোহী সংগঠনৰে এই শান্তি চুক্তি

পিপ’লছ ডেমক্ৰেটিক কাউন্সিল অৱ কাৰ্বি লংৰিৰ নেতৃত্বই কৰিব স্বাক্ষৰ

চুক্তিত স্বাক্ষৰ কৰিব কাৰ্বি লংৰি নৰ্থ কাছাৰ হিলছ লিবাৰেচন ফ্ৰণ্টে

নৰ্থ ব্লকৰ ঐতিহাসিক ক্ষনত উপস্থিত UPLA,KLNLF,KPLT আৰু KLAৰ নেতৃত্ব।।

You might also like
Leave A Reply

Your email address will not be published.