দুদিনলৈ নাপাব পেট্ৰল-ডিজেল

শুকুৰবাৰৰ পৰা দুদিনলৈ নাপাব পেট্ৰল-ডিজেল।২২ অক্টোবৰৰ পুৱা ৬ বজাৰ পৰা ২৪ অক্টোবৰৰ পুৱা ৬ বজালৈ বন্ধ থাকিব পেট্ৰল পাম্প।বিভিন্ন সমস্যাৰ প্ৰতিবাদত উত্তৰ-পূব পেট্ৰলিয়াম ডিলাৰ্চ এচ’ছিয়েছনে আহ্বান জনাইছে ৪৮ ঘন্টীয়া এই তেল ডিপো বন্ধৰ।।

You might also like
Leave A Reply

Your email address will not be published.