দেশবাসীক আজি কি ক’লে প্ৰধানমন্ত্ৰী মোডীয়ে

নিউজ ডেস্ক, এন ই ভাৰত

দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
????২১ জুনৰ পৰা দেশৰ ১৮ বছৰৰ ঊৰ্ধৰ সকলোৱে লাভ কৰিব বিনামূলীয়া ক’ভিড ভেকচিন
????৭৫ শতাংশ ভেকচিন কেন্দ্ৰই ক্ৰয় কৰি প্ৰদান কৰিব ৰাজ্য চৰকাৰক
????বিনামূলীয়া ভেকচিন নোলোৱা সকলে ব্যক্তিগত হাস্পাতালসমূহত ক্ৰয় কৰিব পাৰিব ভেকচিন
????ব্যক্তিগত হাস্পাতালে নিৰ্ধাৰিত মূল্যতকৈ মাত্ৰ ১৫০ টকাহে অতিৰিক্ৰ মাচুল ল’ব পাৰিব
????বিশ্ব যোগ দিৱসৰ দিনা আৰম্ভ হব এই ভেকচিন প্ৰদান অভিযান
????নৱেম্বৰলৈকে বৃদ্ধি কৰা হ’ল গৰীব অন্ন কল্যাণ যোজনা আঁচনি
????৮০ কোটি ভাৰতীয়ই লাভ কৰিব বিনামূলীয়া ৰেচন
????দীপাৱলীলৈকে বিনামূলীয়া ৰেচন লাভ কৰিব দৰিদ্ৰ লোকে।

You might also like
Leave A Reply

Your email address will not be published.