দেশৰ স্বৰ্ণ কোঁৱৰত পৰিনত নীৰজ চোপ্ৰা

অৱশেষত দেশলৈ আহিল টকিঅ’ অলিম্পিকত প্ৰথমটো স্বৰ্ণ। জেভলিন থ্ৰ’ত নীৰজ চোপ্ৰাৰ স্বৰ্ণ জয়। ৮৭.৫৮ মিটাৰেৰে অভিলেখ স্থাপন নীৰজ চোপ্ৰাৰ। ভাৰতৰ প্ৰথমটো স্বৰ্ণ জয়ৰ আনন্দত আত্মহাৰা দেশ। এথলেটিকছত ১০০ বছৰৰ প্ৰতীক্ষাৰ অন্ত পেলাই টকিঅ’ত ভাৰতৰ ইতিহাস ৰচনা কৰা নীৰজ চোপ্ৰালৈ ৰাষ্ট্ৰপতি,প্ৰধানমন্ত্ৰীকে ধৰি দেশ- বিদেশৰ ভাৰতীয়ৰ অভিনন্দনৰ বন্যা।।

You might also like
Leave A Reply

Your email address will not be published.