দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মানেৰে লাভলীনাৰ ইতিহাস

ৰাষ্ট্ৰীয় ক্ৰীড়া সৰ্বোচ্চ সন্মান লাভেৰে পুনৰ ইতিহাস ৰচনা অসম কন্যা লাভলীনা বৰগোঁহাইৰ। লাভলীনালৈ মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা। দেশৰ ১২গৰাকী ক্ৰীড়াবিদলৈ খেলৰত্ন বঁটা। ট’কিঅ ‘ অলিম্পিকত স্বৰ্ণ জয়ী নীৰজ চোপ্ৰাকো খেল ৰত্ন প্ৰদান। অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত দেশৰ ৩৩খেলুৱৈ। ১৩ নৱেম্বৰত ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব বঁটা।।

You might also like
Leave A Reply

Your email address will not be published.