দেৱালীত নিষিদ্ধ আতচবাজী

আগন্তুক দীপাৱলীত নিষিদ্ধ আতচবাজী, ফটকা। প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰে জাৰি কৰিছে নিষেধাজ্ঞা । আতচবাজীৰ মজুত , বিক্ৰী আৰু ব্যৱহাৰত নিষেধাজ্ঞা চৰকাৰৰ। টুইটাৰ যোগে এই ঘোষণা কৰিলে অৰবিন্দ কেজৰিৱালে। উল্লেখ যোগ্য যে বিগত ৩ বছৰত দেৱালীত দিল্লীত ভয়ঙ্কৰভাৱে বৃদ্ধি পাইছিল প্ৰদূষণ।।

You might also like
Leave A Reply

Your email address will not be published.