ধিঙৰ মেকানিকৰ অনবদ্য সৃষ্টি এখন স্কুটাৰ

এখন বিশেষ স্কুটাৰেৰে দৃষ্টি হৰিছে এজন যুৱকে।পেছাত মেকানিক যুৱক জনৰ নাম অতুল দাস।ধিং চাৰিআলিত থকা নিজৰ এ ডি গেৰেজ নামৰ ক্ষুদ্ৰ প্ৰতিষ্ঠানটোত যোৱা ৩ বছৰে ঐকান্তিক প্ৰচেষ্টাৰ বলত অতুলে সাজি উলিয়াইছে চাৰিগৰাকী আৰোহীয়ে যাতায়াত কৰিব পৰা বিশেষ স্কুটাৰখন।৩০ হাজাৰ টকা ব্যয়েৰে অতুলে নিৰ্মাণ কৰা স্কুটাৰখনে ইন্ধনৰ আকাশলংঘী মূল্যবৃদ্ধিৰ সময়ত দৃষ্টি হৰিছে সকলোৰে।।

You might also like
Leave A Reply

Your email address will not be published.