ধৃত আকাশেই বৰুৱা দম্পতীৰ হত্যাকাৰী

‘মানৱতা’ আৰু ‘বিশ্বাস’ৰ অপমৃত্যু । গাখীৰ খুৱাই যেন সাপ পুহিছিল বেলতলাৰ বৃদ্ধ দম্পত্তি ননীগোপাল বৰুৱা আৰু মীনা বৰুৱাই । অৱশেষত বৰুৱা দম্পতীক হত্যাৰ কথা স্বীকাৰ কৰিলে আকাশ চৌধুৰীয়ে। বশিষ্ঠ আৰক্ষীৰ জেৰাত হত্যাৰ স্বীকাৰোক্তি আকাশৰ।।

You might also like
Leave A Reply

Your email address will not be published.