নগাঁৱত আদালতত অভি-নীল হত্যাকাণ্ড গোচৰৰ শুনানি গ্ৰহণ

নগাঁৱত আদালতত অভি-নীল হত্যাকাণ্ড গোচৰৰ শুনানি গ্ৰহণ। নগাঁৱত আদালতত চলি থকা অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াৰ বৃহস্পতিবাৰে শুনানি গ্ৰহণ কৰে কৰে। বৃহস্পতিবাৰে নগাঁও জিলা ও সত্ৰ ন্যায়ধীশ আদালতত গোচৰটোৰ ৭০ নম্বৰ সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰা হয়। গোচৰটোৰ অন্যতম অনুসন্ধানকাৰী আৰক্ষী বিষয়া যতীন চন্দ্ৰ দাসৰ সাক্ষ্য গ্ৰহণ কৰে নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতে। অৱশ্যে বৃহস্পতিবাৰে সম্পূৰ্ণ হোৱা নাই যতীন চন্দ্ৰ দাসৰ সাক্ষ্যগ্ৰহণ। যতীন চন্দ্ৰ দাসৰ সাক্ষ্যগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছত নগাঁও আদালতে গ্ৰহণ কৰিব শেষৰজন সাক্ষীৰ সাক্ষগ্ৰহণ।।

You might also like
Leave A Reply

Your email address will not be published.