????আজি নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চূড়ান্ত কৰিব পৰৱৰ্তী SOP
????কাইলৈ দিনৰ ১০ বজাত সংবাদমেলত নতুন SOP ঘোষণা কৰিব স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই
????অহা ৬ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’ব নতুন SOP
????আন্তঃজিলা যাতায়াত মুকলিৰ প্ৰস্তুতি ৰাজ্য চৰকাৰৰ
????গুৱাহাটীৰ ক’ভিড পৰিস্থিতি ক্ৰমাৎ শাম কটাত মহানগৰবাসীয়েও পাব সুখবৰ
????দশম শ্ৰেণীৰ পৰা স্নাতক চূড়ান্ত ষান্মাসিকৰ পাঠদান সোমবাৰৰ পৰা আৰম্ভ হ’ব
????সোমবাৰৰ পৰা মুকলি কৰিব পাৰিব মহাবিদ্যালয়ৰ হোষ্টেল সমূহ
????ক’ভিডৰ দুয়োপালি ভেকচিন লোৱা আবাসীৰ ক্ষেত্ৰতহে মুকলি হ’ব হোষ্টেল
????নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বলবৎ কৰাৰ সম্ভাৱনা
????সন্ধিয়া ৭ বজালৈকে দোকান-পোহাৰ খোলাৰ অনুমতি প্ৰদানৰ সম্ভাৱনা
????কাইলৈ ঘোষণা হ’ব লগা নতুন SOP ৬ ছেপ্টেম্বৰৰ পুৱা ৫ বজাৰ পৰা হ’ব কাৰ্য্যকৰী
????সমাগত শাৰদীয় উৎসৱৰ বাবে হ’ব সুকীয়া SOP ◾◾
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
You might also like