নতুন ক’ভিড SOP ঘোষণা

সোমবাৰৰ পৰা ৰাজ্যত প্ৰযোজ্য হোৱাকৈ নতুন SOP ঘোষণা

????গুৱাহাটীত দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন

????দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং,ওদালগুৰি, পশ্চিম কাৰ্বি আংলং,ডিমা হাছাও, চৰাইদেউত বিয়লি ৫ বজাৰ পৰা সান্ধ্য আইন

????কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়, নগাঁও, শোণিতপুৰ জিলা কঠোৰ পৰ্যবেক্ষণত

????পৰিস্থিতি উপশম নহ’লে এই ৫ জিলাত শীঘ্ৰেই অধিক কঠোৰতা

????আন জিলাসমূহত দিনৰ ১ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন

????দোকান-পোহাৰৰ সময়ৰ ক্ষেত্ৰত পূৰ্বৰ নিৰ্দেশনাই বাহাল থাকিব

????প্ৰতিষেধকৰ দুয়োটা ড’জ লোৱা কৰ্মচাৰীৰ কাৰ্যালয়ত উপস্থিতি বাধ্যতামূলক

????গৰ্ভৱতী মহিলা, ৫ বছৰৰ তলৰ শিশু থকা মাতৃৰ বাবে WORK FROM HOME

????এইসকল মাতৃৰ WORK FROM HOME বেচৰকাৰী কাৰ্যালয়তো প্ৰযোজ্য হ’ব

????দুচকীয়া বাহনত মহিলা আৰু শিশুৰ বাহিৰে দুজন উঠিব নোৱাৰিব

????আন্তঃজিলা যাতায়াত পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ থাকিব

????আৰক্ষী, স্বাস্থ্যকৰ্মী, সংবাদকৰ্মীৰ ক্ষেত্ৰত পূৰ্বৰ শিথিলতা বাহাল থাকিব।।

You might also like
Leave A Reply

Your email address will not be published.