????অধ্যাপক ডঃ ননীগোপাল মহন্তক ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা নিযুক্তি
????ৰাজ্যিক মন্ত্ৰীৰ মৰ্যদাৰে ডঃ মহন্তক এই নিযুক্তি
????কেবিনেট মৰ্যদাসহ ৰাজেন গোহাঁইক খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষ নিযুক্তি
????দিছপুৰত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত সিদ্ধান্ত
????শিক্ষা বিভাগৰ জিলা আৰু ব্লক পৰ্যায়ত গঠন হ’ব ভিজিলেন্স এণ্ড মনিটৰিং কমিটি
????নদীৰ পলশ উঠোৱাৰ দায়িত্ব বন বিভাগৰ পৰিৱৰ্তে জিলা উপায়ুক্তক অৰ্পণ।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Prev Post
Next Post
You might also like