নষ্টালজিক কইনাধৰা!

ব্যুৰ’ ৰিপৰ্ট-

আজি অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ এক বিশেষত্ব।এক নষ্টালজিক অনুভূতিৰে জীপাল হ’ল ৰাজ্য চৰকাৰৰ আজিৰ কেবিনেট। সুদীৰ্ঘ ৫ বছৰ ৭২ দিনৰ মূৰত যেন পুনৰ প্ৰাণ পাই উঠিল প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সুদীৰ্ঘ কাৰ্যকালৰ স্মৃতি বিজড়িত কইনাধৰা।২০১৬ চনৰ ২০ মে’ত তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অধ্যক্ষতাত কইনাধৰাত অনুষ্ঠিত হৈছিল অন্তিমখন কেবিনেট। আৰু তাৰ সুদীৰ্ঘ বিৰতিৰ পাছত এই কইনাধৰাতে তাহানিৰ তৰুণ গগৈৰ ব্লু’ আইড বয় তথা আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ল ৰাজ্য চৰকাৰৰ কেবিনেট।মানুহবোৰ প্ৰায় একেই আছে,সলনি হ’ল মাথো শাসক দল।।

You might also like
Leave A Reply

Your email address will not be published.